Home » photogallery » lifestyle »Adnan Sami : ২২০ কিলোগ্ৰামৰ পৰা কমাই এতিয়া ৬৫ কিলোগ্ৰাম, কেনেকৈ ইমান ওজন কমাইছিল আদনান ছামীয়ে? কি আছিল ডায়েট ছাৰ্টত?

Adnan Sami : ২২০ কিলোগ্ৰামৰ পৰা কমাই এতিয়া ৬৫ কিলোগ্ৰাম, কেনেকৈ ইমান ওজন কমাইছিল আদনান ছামীয়ে? কি আছিল ডায়েট ছাৰ্টত?

Adnan Sami : চিকিৎসকে কৈছিল, ওজন নকমালে ৬ মাহৰ বেছি জীয়াই নাথাকিব। আৰম্ভ হ’ল নতুন যাত্ৰা। পৰিয়াল আৰু বন্ধুবৰ্গ কাষত আছিল আদনান স্বামীৰ।