Home » photogallery » lifestyle »Govt Employee: চৰকাৰী কৰ্মচাৰীসকলৰ বাবে টকাৰ বৰষুণ ! অক্টোবৰৰ দৰমহাত ৩ টা ভাট্টা পাব আৰু কিমান বৰ্ধিত দৰমহা লাভ কৰিব ? বিতংভাৱে জানি লওক...

Govt Employee: চৰকাৰী কৰ্মচাৰীসকলৰ বাবে টকাৰ বৰষুণ ! অক্টোবৰৰ দৰমহাত ৩ টা ভাট্টা পাব আৰু কিমান বৰ্ধিত দৰমহা লাভ কৰিব ? বিতংভাৱে জানি লওক...

7th Pay Commission: কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ অন্তিম বৃদ্ধিঅনুমোদিত হোৱাৰ পিছত ২৮ শতাংশলৈ বৃদ্ধি পাইছিল। সেয়েহে, ৩ শতাংশৰ নতুন বৃদ্ধিয়ে এতিয়া ডিএ ৩১ শতাংশ বৃদ্ধি কৰিব।