Home » photogallery » lifestyle »7th Pay Commission|Central Government Employees Pension: ডাঙৰ খবৰ! চৰকাৰী কৰ্মচাৰীৰ মৃত্যুৰ পিছত সন্তানে লাভ কৰিবনে পেনশ্যন?
7th Pay Commission|Central Government Employees Pension: ডাঙৰ খবৰ! চৰকাৰী কৰ্মচাৰীৰ মৃত্যুৰ পিছত সন্তানে লাভ কৰিবনে পেনশ্যন?
7th Pay Commission|Central Government Employees Pension|Narendra Modi Governement Employees Pension|Narendra Modi Government's Employess DA Hikes|Fitment Factor Hike|Central Government Employees HRA Hike|Salary Hike of Central Government Employess: কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ
(Narendra Modi Government)কেন্দ্ৰীয় চৰকাৰৰ পেনশ্যন ভুগি লোকৰ বাবে এই খবৰ অতি গুৰুত্বপূৰ্ণ। যত ফেমিলী পেনশ্যন সংক্ৰান্তীয় কিছু ইনফৰমেশ্যন দিয়া হৈছে।
3/ 8
ইয়াৰ মাজৰ কিছু নিয়ম কৰ্মচাৰীসকলৰ সন্তানৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ।
4/ 8
সূত্ৰৰ খবৰ অনুসৰি, চৰকাৰী কৰ্মচাৰীৰ মৃত্যুৰ পিছত তেওঁৰ সন্তানো পেনশ্যনৰ দাবীদাৰ। যদি কোনো কৰ্মচাৰী অৱসৰ লাভ কৰিছে। আৰু তাৰ পিছত যদি সন্তান জন্ম দিয়ে, তেন্তে সন্তানটোৱে পেনশ্যনৰ সুযোগ পাব পাৰে।
5/ 8
অর্থাৎ চাকৰি চলি থকাৰ সময়ত বা চাকৰিৰ পিছতো যদি কোনো সন্তান জন্ম হয়, তেন্তে সেই সন্তানটি পেনশ্যনৰ যোগ্য।
6/ 8
এই নিয়ম ফেমিলী পেনশ্যনৰ নিয়মসমূহত উল্লেখ আছে। কোনো চৰকাৰী কৰ্মচাৰীৰ যিকোনো কাৰণতে মৃত্যু হওক লাগিলে, তাৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট বিষয়াৰ ওচৰত দাখিল কৰিব লাগিব।
7/ 8
তাৰ পিছতে পেনশ্যন প্ৰক্ৰিয়া সম্পন্ন হ'ব। নাবালক সন্তান বা বিশেষ ভাবে সক্ষম সন্তানৰ অভিভাৱকে এই দাবী কৰিব পাৰে।
8/ 8
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে যদি অন্য কাৰোবাক নমিনী কৰি থৈ গৈছে, তেন্তে সেই ক্ষেত্ৰতো শিশুটিৰ হৈ পেনশ্যনৰ দাবী কৰিব পাৰে।