Home » photogallery » lifestyle »7th Pay Commission: গণৰাজ্য দিৱসত ডাঙৰ সিদ্ধান্ত! এইসকল চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত কৰিব লাগিব কেৱল ৫ দিন কাম, বাঢ়িব পেন্সনো
7th Pay Commission: গণৰাজ্য দিৱসত ডাঙৰ সিদ্ধান্ত! এইসকল চৰকাৰী কৰ্মচাৰীয়ে সপ্তাহত কৰিব লাগিব কেৱল ৫ দিন কাম, বাঢ়িব পেন্সনো
7th Pay Commission|5 days in a week work|Pension Contribution hike|Pension Contribution Government portion hiked|Pension amount from government side hiked|Business: মুখ্যমন্ত্ৰী বাঘেলে ৭৩তম গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি এনেদৰে কয়।
চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ। চৰকাৰী সিদ্ধান্ত অনুসৰি, কৰ্মচাৰীৰ কামৰ বোজা বৃপাতল কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
2/ 4
ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ বাঘেলে ৭৩তম গণৰাজ্য দিৱসত ৰাজ্যবাসীৰ বাবে বহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে।
3/ 4
ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীৰ বাবে পেন্সনত চৰকাৰী অনুদান ১০ৰ পৰা বৃদ্ধি কৰি ১৪ শতাংশ কৰাৰ সিদ্ধান্ত লৈছে। ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীয়ে লগতে এই ঘোষণা কৰিছে যে, এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে সপ্তাহত ৫ দিন কাম কৰিব লাগিব।
4/ 4
মুখ্যমন্ত্ৰী বাঘেলে ৭৩তম গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি এনেদৰে কয়।