গুজৰাটী ফাৰ্ষ্ট এয়াৰক্ৰাফ্ট ৰেষ্টুৰেণ্টৰ ভিতৰত ১০৬গৰাকী লোকে একেলগে বহি খাদ্য উপভোগ কৰিব পাৰে ইয়াত। ৱেইটাৰক ফোন কৰিবলৈ বিমানৰ দৰেই সকলো চেন্সৰ ভিতৰত স্থাপন কৰা হৈছে। লগতে এয়াৰ হোষ্টেছ কেবিন ক্ৰুৰ দৰে কাম কৰা কৰ্মচাৰী আছে। ই মানুহক বিমানবন্দৰত আৰু বিমানত বহি থকাৰ অভিজ্ঞতা প্ৰদান কৰিব।