உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » kolkata »Lockdown Like Restrictions: আকৌ ঘূৰি আহিছে লকডাউন সদৃশ পৰিৱেশ, কাইলৈৰ পৰা ৩ দিনৰ বাবে কঠোৰ নিষেধাজ্ঞা এইসমূহ অঞ্চলত...

    Lockdown Like Restrictions: আকৌ ঘূৰি আহিছে লকডাউন সদৃশ পৰিৱেশ, কাইলৈৰ পৰা ৩ দিনৰ বাবে কঠোৰ নিষেধাজ্ঞা এইসমূহ অঞ্চলত...

    ৰাজপুৰ সোণাৰপুৰ পৌৰ নিগমে জনাইছে যে ২৮ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ তিনিদিনৰ বাবে পৌৰ এলেকাত সকলো দোকান, শ্বপিং মল বন্ধ থাকিব৷  প্ৰয়োজন নোহোৱাকৈ ঘৰ এৰি যোৱাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ (Lockdown Like Restrictions Imposed in Sonarpur)৷