দেশৰ জনপ্রিয় ই-কমার্স (E-Commerce) ৱেবছাইট ফ্লিপকার্টে আগবঢ়াইছে এই বিশেষ সুযোগ ৷ দীপাৱলী (Diwali 2021) অফাৰৰ ব্যাপক সঁহাৰিৰ মাজত এই অফাৰ। প্রতীকী ছবি ৷
2/ 9
গ্রাহকক আকৃষ্ট কৰিবলৈ ফ্লিপকার্টে (Flipkart) সদায় চেষ্টা অব্যাহত ৰাখিছে। ফ্লিপকাৰ্টৰ নতুন অফাৰ মতে প্ৰীমিয়াম তথা কেতবোৰ দামী ফোনৰ টেষ্ট ব্যৱহাৰ কৰিব পাৰিব। প্রতীকী ছবি ৷
3/ 9
পচন্দ ন’হলে সেই ফোন আৰু ব্যৱহাৰ নকৰি ঘূৰাই দিব পাৰে। ফ্লিপকার্টৰ নতুন প্রগ্রাম Love it or Return it, নামেৰে লঞ্চ কৰা হৈছে ৷ প্রতীকী ছবি ৷
4/ 9
এই অফাৰৰ জৰিয়তে গ্ৰাহকে বজাৰলৈ অহা নতুন নতুন ফোন বা প্ৰীমিয়াম স্মাৰ্টফোন ব্যৱহাৰ কৰি নিজৰ একেবাৰে ভাললগা ফোনটো বাচি উলিয়াব পাৰিব। প্রতীকী ছবি ৷
5/ 9
ফোনটো যদি পচন্দ হৈছে তেনেহ’লে গ্ৰাহকে ৰাখি থব পাৰে কিন্তু যদি পচন্দ নাই হোৱা নাই তেনেহ’লে ঘূৰাই দিব পাৰিব। প্রতীকী ছবি ৷
6/ 9
ইউজারদের ১৫ দিনের মধ্যে সেই ফোনটি রিটেলার ওয়েবসাইটকে ফেরৎ দিতে হবে ৷ প্রাথমিক ভাবে ফ্লিপকার্ট (Flipkart) এখন শুধুমাত্র স্যামসং ফোনের উপরে বিশেষ ছাড় দিচ্ছে ৷ প্রতীকী ছবি ৷
7/ 9
Samsungৰ সৈতে মিলি বজাৰত এই দুৰ্দান্ত অফাৰ এৰি দিছে ফ্লিপকাৰ্টে ৷ Galaxy Z Fold 3 তথা Samsung Galaxy Z Flip 3 এই তিনিটা মডেলৰ ক্ষেত্ৰত বিশেষ সুবিধা পাব গ্ৰাহকে। প্রতীকী ছবি ৷
8/ 9
ফোনটো ঘূৰাই দিয়াৰ সময়ত কোম্পানীৰ মানুহে ভালকৈ চাব যে ফোনটোৰ সকলো ঠিকে ঠাকে আছে নে নাই আৰু সেইমতে সকলো ঠিকে থাকিলে টকা গ্ৰাহকে নিজৰ বেংক একাউণ্টত ঘূৰাই পাব। (Return money will be credited to the customer's bank account.) ৷ প্রতীকী ছবি ৷
9/ 9
ফ্লিপকার্টৰ এই এই প্রগ্রাম বর্তমান চেন্নাই (Chennai), বেংগালুৰু (Bengaluru), দিল্লী (Delhi), মুম্বাই (Mumbai), আহমেদাবাদ (Amhedabad), বৰোদা (Baroda), পুণে (Pune), গুৰগাঁও (Gurgaon), কলকাতাৰ (Kolkata) দৰে চহৰত উপলব্ধ হৈছে। প্রতীকী ছবি ৷