প্ৰাক্তন সাংসদ সুস্মিতা দেৱ সিঙে (Sushmita Dev Singh) ভাৰতীয় জাতীয় কংগ্ৰেছৰ (Congress) পৰা পদত্যাগ কৰাৰ পিছত TMCত যোগদান কৰে। photo-twitter@ All India Trinamool Congress
2/ 5
সোমবাৰে আবেলি কলকাতাৰ টিএমচি কাৰ্যালয়ত উপস্থিত হয় প্ৰাক্তন সাংসদগৰাকী। কলকাতাৰ কাইমাক ষ্ট্ৰীটৰ কাৰ্যালয়ত সুস্মিতা দেৱ আৰু টিএমচি নেতা অভিষেক বেনাৰ্জী (Abhishek Singh)ৰ মাজত এখন বৈঠকৰ পিছতে যোগদান কৰে।
3/ 5
সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱা সুস্মিতাই ১৫ আগষ্টত দলৰ মূৰব্বী ছোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল।
4/ 5
সুস্মিতাই তেওঁৰ পদত্যাগত দল ত্যাগ কৰাৰ কাৰণৰ বিষয়ে কোনো উল্লেখ কৰা নাছিল, যদিও কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ লগতে তেওঁ ছোনিয়া গান্ধী আৰু দলৰ নেতৃত্বক তেওঁলোকৰ নিৰ্দেশনা আৰু সহযোগিতাৰ বাবে ধন্যবাদ জনাইছিল।