White Rice : ভাত খাব, কিন্তু ওজনো নাবাঢ়িব! এয়াও কি সম্ভৱ? ভাতো খাওক, ওজনো কমাওক, কেনেকৈ
কিন্তু আধুনিক পুষ্টি বিজ্ঞান বা ডায়েট চায়েন্সে কয় যে ভাত (Rice) খায়ো ওজন নিয়ন্ত্ৰণত (Weight Control) ৰাখিব পাৰি। যদিহে কিছুমান নিয়ম পালন কৰা হয় আৰু সাৱধান হোৱা যায।
কোনোবাই খীণোৱাৰ (Weight Loss) কথা ভাবিলেই প্ৰথম আক্ৰমণটো পৰে ভাত (Rice)ৰ ওপৰতেই। আমাৰ সকলোৰে এটা বদ্ধমূল ধাৰণা আছে যে ভাত বেছি খালে ওজন বাঢ়ে।
2/ 6
কিন্তু আধুনিক পুষ্টি বিজ্ঞান বা ডায়েট চায়েন্সে কয় যে ভাত খায়ো ওজন নিয়ন্ত্ৰণত (Weight Control) ৰাখিব পাৰি। যদিহে কিছুমান নিয়ম পালন কৰা হয় আৰু সাৱধান হোৱা যায।
3/ 6
ডায়েট বা খাদ্যত ভাত ৰাখক পৰিমিত পৰিমাণত। মনত ৰাখিব, ভাতৰ সৈতে শৰ্কৰাজাতীয় অন্য খাদ্য, যেনে মিঠাই আদি ভুলতো নাখাব।