স্মাৰ্টফোন অহাৰ পিছৰে পৰা ই যেন আমাৰ স্বভাৱত পৰিণত হৈছে! পুৱা উঠি ফোনৰ মেছেজ, ই–মেইল চোৱাত ব্যস্ত হৈ পৰো। চকু খোলাৰ পিছত অতি কমেও ১০ মিনিট স্মাৰ্টফোনত গুচি যায়, তাৰ পিছতহে দিনটো আৰম্ভ হয়। কিন্তু এই স্বভাৱ একেবাৰে ভাল নহয়। বিজ্ঞানীসকলে কৈথে, মূৰ আৰু শৰীৰত ভয়ংকৰ প্ৰভাৱ পৰে এই অভ্যাসৰ। (সংগৃহীত ফটো)