হাড়ৰ স্বাস্থ্যৰ বাবে ভিটামিন কে অতি গুৰুত্বপূৰ্ণ৷ এই ভিটামিনে হাড়ৰ ঘনত্ব, স্বাস্থ্য আৰু পুষ্টিৰ যত্ন লয়৷ ফলস্বৰূপে অষ্টিওপোৰোচিছৰ আশংকা হ্ৰাস পায়৷ এই ভিটামিনে আৰ্থ্ৰাইটিছ, হাড় ভঙা আৰু হাড় সম্পৰ্কীয় অন্যান্য সমস্যা নিয়ন্ত্ৰণ কৰে। কোনবোৰ খাদ্যত এই ভিটামিন থাকে চাওক।