গৰমত স্বাস্থ্যৱান হৈ থাকিবলৈ শৰীৰক হাইড্ৰেটেড বা আর্দ্র কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ৷ ইয়াৰ বাবে গোটেই দিনটো পৰ্যাপ্ত পানী খোৱাটো গুৰুত্বপূৰ্ণ৷ পানীৰ উপৰিও ফলৰ ৰস, লাচী, গুড় আদি তালিকাত ৰাখক৷ আনকি আপুনি পোনপটীয়াকৈ পানী নাখালেও, কিছুমান পাচলি আছে যি আপোনাৰ শৰীৰক হাইড্ৰেটেড কৰি ৰাখিব পাৰে, য'ত যথেষ্ট পানী আছে৷ (Vegetables to keep you cool and fit in summer)