ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ শীতকালত বিলাহীৰ চুপ খাব৷ এই পাচলিত ভিটামিন চি আৰু বিটা কেৰোটিন থাকে৷ উচ্চ পৰিমাণৰ খনিজ পদাৰ্থৰ বাবে বিলাহীত এণ্টিঅক্সিডেণ্ট থাকে৷ বিলাহীএকাধিক ৰোগৰ পৰাও সুৰক্ষা দিয়ে৷ অৱশ্যে, বিলাহীৰ চুপত অত্যাধিক ক্ৰীম বা চেনী যোগ নকৰিব৷ তেতিয়া ইয়াৰ গুণাগুণ ধ্বংস হ'ব৷