যথেষ্ট পৰিমাণে ভিটামিন ই-সমৃদ্ধ পাচলি যেনে ব্ৰকলি, পালেং শাক, আৰু ভিটামিন চি থকা পাচলি খাব। জলফাই তেলৰ ভিটামিন ডি আৰু অন্যান্য উপাদানবোৰে হাড় ভাল ৰখাত সহায় কৰে। বাদাম আৰ্থ্ৰাইটিছৰ বাবে অত্যন্ত উপকাৰী। অমেগা-৩ ফেটি এচিড থকা মাছ আৰ্থ্ৰাইটিছৰ বাবে অত্যন্ত ভাল। জাম বা বেৰীৰ উপাদানবোৰে আৰ্থ্ৰাইটিছৰ বিষ হ্ৰাস কৰাত সহায় কৰে। Disclaimer: এই প্ৰতিবেদনটো কেৱল সাধাৰণ তথ্যৰ বাবে, সেয়েহে বিস্তৃতভাৱে জানিবলৈ সদায়ে বিশেষজ্ঞৰ পৰামৰ্শ লওঁক।