Home » photogallery » health-well-being »Durga Puja 2021: Last moment skin care tips: শাৰদীয় পোহৰত জিলিকি উঠিব আপোনাৰ দুগাল ! পূজাৰ সময়ত ছালৰ যত্ন এনেকৈ ল'ব...

Durga Puja 2021: Last moment skin care tips: শাৰদীয় পোহৰত জিলিকি উঠিব আপোনাৰ দুগাল ! পূজাৰ সময়ত ছালৰ যত্ন এনেকৈ ল'ব...

Skin care tips for you to brighten up yourself in Durga Puja 2021 বছৰটোৰ ভাগৰ পাহৰি আমি কিছুদিন পূজাৰ (Durga Puja 2021) বাবে জিলিকি আছোঁ। কিন্তু মুখৰ পৰা বছৰজোৰা ক্লান্তিৰ প্ৰভাৱ আঁতৰ কৰা সহজ নহয়। পূজাৰ সময়ত আপোনাৰ বাবে কিছুমান পৰামৰ্শ (Skin Care Tips) আছে। ই ছালৰ উজ্জ্বলতা (Bright Skin) সহজে পুনৰুদ্ধাৰ কৰিব।