অৰ্শ ৰোগৰ ডাক্টৰী নাম হৈছে হেমোৰইড (hemorrhoids) আৰু পোছাকি নাম হ'ল পাইলচ। ই এবিধ অতি বেদনাদায়ক ৰোগ। এই ৰোগত, মলদ্বাৰৰ পৰা সৰু মাংসৰ পিণ্ড ওলাই আহে যাৰ ফলত মলদ্বাৰৰ পৰা ৰক্তক্ষৰণ হয় , ৰোগীয়ে তীব্ৰ বিষ আৰু কষ্ট সহ্য কৰিব লগা হয়। হেমোৰইড হৈছে বংশানুক্ৰমিক ৰোগ, যদি পৰিয়ালৰ কাৰোবাৰ হেমোৰইড থাকে, আনসকলৰ এই ৰোগ হোৱাৰ আশংকা বাকীবোৰতকৈ বেছি হয়। যিসকল লোকৰ অধিক ওজন বৃদ্ধি হয় তেনেলোকৰ ক্ষেত্ৰতো এই সমস্যাটো সচৰাচৰ অধিক হয়। হেমোৰইডৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে, কি কৰিব লাগে আৰু কি কৰিব নালাগে জানো আহক-