চিকিৎসকলৰ মতে শৰীৰৰ বাবে এক নিৰ্দিষ্ট পৰিমাণৰ চৰ্বিৰ প্ৰয়োজন হয় (Oil for health)। মস্তিষ্ক, নিউৰন প্ৰণালী, স্নায়ুতন্ত্ৰকে ধৰি একাধিক শাৰীৰিক কাৰ্যৰ আঁৰৰ শক্তি হৈছে স্নেহজাতীয় পদাৰ্থ। সেয়েহে চিকিৎসকসকলে কয় যে আহাৰৰ পৰা চৰ্বি সম্পূৰ্ণৰূপে বাদ দিলে বিপদহে হ'ব পাৰে। আমাৰ সহজে ভাগৰ লাগিব আৰু আমি অসুস্থ অনুভৱ কৰিম।