Home » photogallery » health-well-being »Oil Less Diet: আপোনাৰ খাদ্য সম্পূর্ণ তেলহীন নেকি? অজানিতেই ক্ষতি কৰিছে স্বাস্থ্যৰ, জানক কোনবিধ খোৱাতেল বিপদমুক্ত

Oil Less Diet: আপোনাৰ খাদ্য সম্পূর্ণ তেলহীন নেকি? অজানিতেই ক্ষতি কৰিছে স্বাস্থ্যৰ, জানক কোনবিধ খোৱাতেল বিপদমুক্ত

বহুলোকে আহাৰৰ (Oil Less Diet) পৰা তেল সম্পূৰ্ণৰূপে বাদ দিয়ে। ইয়াৰ ফল শেষলৈ বেয়াহে হয়। চিকিৎসক আৰু বিশেষজ্ঞসকলে এই বিষয়ে সতৰ্ক কৰি দিছে।