আমেৰিকাত দুটি শিশুৰ দেহত ধৰা পৰিছে মাংকিপক্স। সাম্প্ৰতিক সময়ত শিশুৰ দেহত মাংকী পক্স ধৰা পৰাৰ লগে লগে স্বাভাৱিকতে শিশুৰ দেহত সংক্ৰমণৰ আশংকাও বৃদ্ধি পাইছে। শিশুৰ মাংকীপক্সক লৈ চিন্তা বাঢ়িছে যদিও ক’ৰোনা আৰু মাংকীপক্সৰ তুলনাত জাপানীজ এনকেফেলাইটিছ, ডেংগু, ছোৱাইন ফ্লুকে আদি ৰোগতহে শিশুৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পাইছে।