শীতকালত ঠাণ্ডাৰ বাবে জ্বৰ, চৰ্দি, কাহ বহুতৰে হয় ! গতিকে শীতকালত শৰীৰ স্বাস্থ্যৱান ৰাখিবলৈ নিয়মীয়াকৈ নহৰু খাব। নহৰুৱে শীতকালত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত যথেষ্ট সহায় কৰে। শীতকালত চৰ্দি আৰু কাহৰ পৰা পৰিত্ৰাণ পাবলৈ, আপুনি প্ৰতিদিনে ৰাতিপুৱা নহৰু খাব পাৰে। নহৰুত এণ্টিঅক্সিডেণ্ট থাকে যি শৰীৰক ডিটক্স কৰাত সহায় কৰে আৰু ওজন হ্ৰাস কৰিব পাৰে। শীতকালত ওজন হ্ৰাস কৰিবলৈ নহৰু খাব লাগে। নহৰুৱে উশাহ-নিশাহৰ সমস্যাৰ পৰা সকাহ দিব পাৰে। (Disclaimer: এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবে, সেয়েহে বিশদ জানিবলৈ সদায়ে এজন বিশেষজ্ঞৰ পৰামৰ্শ লওঁক।)