ওজন কমোৱাৰ বাবে আমাৰ চেষ্টাৰ ত্ৰুটি নাথাকে। সঠিক খাদ্যাভাস ওজন কমোৱাৰ মূল অস্ত্ৰ। কিন্তু সঠিক বুলিলে কম খোৱা নুবুজায়। বৰং, খাব লাগিব সঠিক নিয়মত। আহক জানি লওঁ দৈনন্দিত কি কি নিয়মত মেদমুক্তি ঘটে।
2/ 8
দিনটোৰ আৰম্ভণি কৰক গৰম পানী সেৱনেৰে। পানীৰ সৈতে মৌ বা নেমুৰ ৰস মিহলোৱা বাধ্যতামূলক নহয়। এই গৰম পানীয়ে আপোনাৰ শৰীৰৰ মেটাবলিজমৰ হাৰ বৃদ্ধি কৰিব বহুখিনি।