Home » photogallery » health-well-being »Eggs in Fridge: ফ্ৰীজত এনেদৰে কণী ৰাখে নেকি? খুব ভুল কৰিছে! জানি লওক সঠিক পদ্ধতি

Eggs in Fridge: ফ্ৰীজত এনেদৰে কণী ৰাখে নেকি? খুব ভুল কৰিছে! জানি লওক সঠিক পদ্ধতি

কোৰোণাৰ সময়ত কণী খাবলৈ কৈছে চিকিৎসকে। ফলত এতিয়া বহুজনে সৰহকৈ কণী ক্ৰয় কৰি ঘৰত মজবুত কৰি ৰাখিছে। সেইদৰে কণী ৰখা হৈছে ফ্ৰীজত।