Home » photogallery » health-well-being »Heart Attack Symptoms: শৰীৰটোৱে হাৰ্ট এটাকৰ এমাহ আগতে সংকেত দিয়ে ! আপুনি কেনেদৰে বুজি পাব, জানক ...

Heart Attack Symptoms: শৰীৰটোৱে হাৰ্ট এটাকৰ এমাহ আগতে সংকেত দিয়ে ! আপুনি কেনেদৰে বুজি পাব, জানক ...

Heart Attack Symptoms: হাহাৰ্ট এটাক বা হৃদৰোগ হোৱাটো এতিয়া বয়সৰ ওপৰত নিৰ্ভৰ নকৰে! যিকোনো বয়সৰ লোক বিভিন্ন কাৰণত হৃদৰোগত আক্ৰান্ত হৈ আছে। অৱশ্যে, হৃদআক্ৰমণৰ আশংকা এৰাই চলিবলৈ কেইটামান কথা মনত ৰাখিব লাগিব। কিয়নো শৰীৰে প্ৰায় এমাহ আগতে এই হৃদ আক্ৰমণৰ বিষয়ে ইংগিত দিব পাৰে!