Home » photogallery » health-well-being »Bitter Gourd Juice : আপুনি প্ৰতিদিনে তিতাকেৰেলাৰ ৰস খায় নেকি ? ইয়াৰ উপকাৰিতাৰ লগতে ক্ষতিকাৰক দিশবোৰ জানেনে ?

Bitter Gourd Juice : আপুনি প্ৰতিদিনে তিতাকেৰেলাৰ ৰস খায় নেকি ? ইয়াৰ উপকাৰিতাৰ লগতে ক্ষতিকাৰক দিশবোৰ জানেনে ?

benefits of bitter gourd juice: ডায়েবেটিচ, কোষ্ঠকাঠিন্য, হাপানি, পাকস্থলীৰ ৰোগকে ধৰি বিভিন্ন স্বাস্থ্য সমস্যাত তিতা কেৰেলাৰ ৰস উপকাৰী। চিকিৎসকৰ মতে, যদি সঠিকভাৱে প্ৰয়োগ কৰা নহয়, তিতা কেৰেলাৰ ৰসৰ ফলত পাকস্থলীৰ সমস্যাও হ'ব পাৰে।