আমাৰ বেছিভাগৰে তিতাকেৰেলা (Bitter gourd juice) প্ৰিয়। এই পাচলি পুষ্টিগত মূল্যৰ ক্ষেত্ৰত অতুলনীয়। ভিটামিন চি, আইৰণ, মেগনেছিয়াম, পটাছিয়াম আৰু আঁহেৰে সমৃদ্ধ এই পাচলিবোৰ বহুতো ৰোগৰ বাবে উপকাৰী। ডায়েবেটিচ, কোষ্ঠকাঠিন্য, হাপানি, পাকস্থলীৰ ৰোগকে ধৰি বিভিন্ন স্বাস্থ্য সমস্যাত তিতা কেৰেলাৰ ৰস উপকাৰী। (benefits of bitter gourd juice) ৷