অৰ্থাৎ, আপুনি সপ্তাহত ৭৭ মিনিট দিব লাগিব। যিটো অতি ব্যস্ত লোকৰ বাবেও দিয়া সম্ভৱ। অন্ততঃ আগতীয়া মৃত্যুৰ সম্ভাৱনা এৰাই চলাবলৈ এয়া সম্ভৱ। যদি আপুনি এই ১১ মিনিটত একো কৰিব নোৱাৰে, গৱেষকসকলে খোজ কাঢ়িবলৈ পৰামৰ্শ দিছে। অকাল মৃত্যুৰ সম্ভাৱনা এৰাই চলিব পাৰি। Disclaimer: এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবে, সেয়েহে বিশদ জানিবলৈ সদায়ে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক।