বাজৰাত হাৰ্ট ভালে থাকে। ইয়াত যথেষ্ট পৰিমাণৰ মেগনেছিয়ান আৰু পটাছিয়াম থাকে। ৰক্ত সঞ্চালন উন্নত কৰাত সহায় কৰে আৰু ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে। জোৱাৰে পাচন শক্তি ভাল ৰাখে আৰু ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰে, ডায়েবেটিচো নিয়ন্ত্ৰণত ৰাখে। ই বেক্টেৰিয়া আৰু কৃমি আঁতৰোৱাতো কাৰ্যকৰী। গুড়ে পাচন শক্তি উন্নত কৰে আৰু শৰীৰক ডিটক্স কৰাত সহায় কৰে।