Home » photogallery » health-well-being »Health Tips: বজাৰলৈ আহিছে পটল ! এই পাচলিবিধ নিয়মীয়াকৈ খালে বহুতো জটিল ৰোগৰ পৰা পৰিত্ৰাণ পাব ...

Health Tips: বজাৰলৈ আহিছে পটল ! এই পাচলিবিধ নিয়মীয়াকৈ খালে বহুতো জটিল ৰোগৰ পৰা পৰিত্ৰাণ পাব ...

পটলে (Pointed Gourd) বিভিন্ন ৰোগ নিৰাময় কৰে। ই এক স্বাস্থ্যকৰ আহাৰ ((Health Tips)। ইয়াত ভিটামিন বি১. বি২ আৰু ও ভিটামিন আৰু কেলচিয়াম থাকে। মুৰৰ বিষৰ পৰা ওজন হ্ৰাস কৰিবলৈ পটলৰ কোনো বিকল্প নাই।

শেহতীয়া বাতৰি