হঠাতে ওজন বৃদ্ধিৰ ঘটনাঃযদি আপোনাৰ হঠাতে ওজন হ্ৰাস হৈছে বা ওজন বৃদ্ধি হৈছে, তেন্তে আপুনি লগে লগে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। উদাহৰণস্বৰূপে ডায়েবেটিচৰ ফলত ওজন হ্ৰাস হ'ব পাৰে। লগতে কলেষ্টেৰল আৰু অস্বাস্থ্যকৰ চৰ্বিৰ বাবে ওজন দ্ৰুতগতিত বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। গতিকে আপুনি সময়ে সময়ে চেনিৰ স্তৰ, কলেষ্টেৰল পৰীক্ষা কৰা উচিত।