মাহজাতীয় শস্য: আপুনি আপোনাৰ আহাৰত মাহজাতীয় শস্যও অন্তৰ্ভুক্ত কৰিব পাৰে। মাহজাতীয় শস্যত প্ৰ'টিন আৰু দ্ৰৱণীয় আঁহ অধিক পৰিমাণে থাকে। যি কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে। (Disclaimer: এই প্ৰবন্ধৰ তথ্য সাধাৰণ অনুমানৰ ওপৰত আধাৰিত। news18 অসমে এয়া নিশ্চিত নকৰে। এইবোৰ কাৰ্যকৰী কৰাৰ আগতে সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।)