உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » health-well-being »Cholesterol Control Diet: কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিবলৈ আহাৰত এই ৫ টা বস্তু অন্তৰ্ভুক্ত কৰক ...

    Cholesterol Control Diet: কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিবলৈ আহাৰত এই ৫ টা বস্তু অন্তৰ্ভুক্ত কৰক ...

    Cholesterol Control Diet: আপুনি নিশ্চয় জানে যে শৰীৰত শৰীৰত বেয়া কলেষ্টেৰল অৰ্থাৎ এল.ডি.এল.-এ তেজ ৰক্তনলীলৈ প্ৰবাহিত হোৱা প্ৰতিহত কৰে আৰু এই প্ৰক্ৰিয়াত বাধা দিয়ে। যাৰ ফলত ষ্ট্ৰোক আৰু হৃদ আক্ৰমণৰ সমস্যা হ'ব পাৰে। একে সময়তে এইচডিএল-এ শৰীৰৰ পৰা অতিৰিক্ত কলেষ্টেৰল আঁতৰ কৰাত সহায় কৰে। সেয়েহে, আপোনাৰ আহাৰত কিছুমান বস্তু অন্তৰ্ভুক্ত কৰাটো গুৰুত্বপূৰ্ণ।