গুৱামুৰিৰ বহু উপকাৰিতা আছে। যেনে গুৱামুৰি পেট ঠাণ্ডা কৰা কামত লাগে। তেজ শুদ্ধ কৰাৰ গুৱামুৰি খাব পাৰে। ই শৰীৰত এনজাইমৰ উৎপাদন বঢ়ায়। ফলত শৰীৰৰ অনেক সমস্যা দূৰ হয়। পেট বেয়া হ’লে গুৱামুৰি তিয়াই সেই পানী খাব পাৰে। যিসকলৰ গেছৰ সমস্যা আছে তেওঁলোকে এয়া খোৱা উচিত, কাৰণ ই পেটৰ পেশীবোৰক শিথিল কৰে। যিসকলৰ নিশ্বাসত দুৰ্গন্ধ ওলায় তেওঁলোকে গুৱামুৰি খাওক। আপুনি ইয়াক মাউথ ফ্ৰেছনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। DIsclaimer : এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবে। বিস্তাৰিতভাৱে জানিবলৈ সদায় বিশেষজ্ঞৰ পৰামৰ্শ লওক।