বেছিভাগ মানুহে গাখীৰ খাবলৈ ভাল পায়। বিশেষকৈ শিশুক দৈনিক গাখীৰ খাবলৈ জোৰ কৰে পিতৃ–মাতৃয়ে। কিন্তু ঠাণ্ডা আৰু গৰম গাখীৰৰ ভিতৰত আছে এটা পাৰ্থক্য, যিটো জনাটো প্ৰয়োজন। গাখীৰত আছে প্ৰচূৰ প্ৰটিন, ভিটামিন ১২, কেলচিয়াম, পটাছিয়াম, ফচফৰাছৰ দৰে গুৰুত্বপূৰ্ণ উপাদান। ই হাড় মজবুত কৰে। প্ৰথম হ’ল কোনবিধ গাখীৰৰ উপকাৰ অধিক?