Home » photogallery » health-well-being »Health: শৰীৰত তেজৰ পৰিমাণ কমিছে নেকি ? খাদ্যৰ তালিকাত ৰাখক এই ৫ বিধ বিশেষ খাদ্য, দূৰ হ'ব ৰক্তহীনতা...

Health: শৰীৰত তেজৰ পৰিমাণ কমিছে নেকি ? খাদ্যৰ তালিকাত ৰাখক এই ৫ বিধ বিশেষ খাদ্য, দূৰ হ'ব ৰক্তহীনতা...

Foods For Iron Deficiency: শৰীৰত ৰক্তহীনতাৰ ফলত অত্যাধিক ভাগৰ, দুৰ্বলতা, মূৰৰ বিষ আৰু মূৰ ঘূৰোৱাৰ দৰে লক্ষণ দেখা দিব পাৰে। যদি আপোনাৰ শৰীৰৰ ৰক্তহীনতা আছে, কিছুমান খাদ্য গ্ৰহণ কৰি এই অভাৱ পূৰণ কৰিব পাৰি।

শেহতীয়া বাতৰি