Home » photogallery » health-well-being »Tea: গ্রিন টি নে ব্লেক টি ? কি চাহে আপোনাক গৰমত হাইড্ৰেট কৰিব ?

Tea: গ্রিন টি নে ব্লেক টি ? কি চাহে আপোনাক গৰমত হাইড্ৰেট কৰিব ?

Green Tea Vs Black Tea: গৰমত শৰীৰৰ বাবে সৰ্বশ্ৰেষ্ঠ কি? গ্ৰীণ টি নে ব্লেক টি? এই প্ৰশ্নটো বহুতৰ মনত উদ্ভৱ হয়। কিন্তু আকৰ্ষণীয় কথাটো হ'ল এই দুই প্ৰকাৰৰ চাহ এটা প্ৰজাতিৰ চাহপাতৰ পৰা তৈয়াৰ কৰা হয়। তাৰ নাম 'কেমেলিয়া চাইনেনচিছ'।