নহৰুৰ চাহ, নামটো শুনি হয়তো আপোনাৰ মূখৰ ৰং সলনি হৈ গৈছে ! হ'বৰে কথা। বহুলোকে নহৰু খাই বেয়া পায় তাৰ গোন্ধৰ কাৰণে। আকৌ বহু নিৰামিষাহাৰী লোক আছে যি নহৰু নেখায়। এনে ক্ষেত্ৰত নহৰুৰ চাহ! বহুতে হয়তো নেজানে যে নহৰুৰ চাহ আদাৰ চহৰ দৰেই আমাৰ শৰীৰৰ বাবে বহুত উপকাৰী এবিধ পনীয় যি বহু মাৰাত্মক ৰোগৰ পৰা আমাৰ শৰীৰটোক বচাই ৰাখিব পাৰে।