ভিটামিন চি সমৃদ্ধ আমলখি স্বাস্থ্যৰ বাবে খুব উপকাৰী। ৰেটিনাৰ একাধিক সমস্যা নিয়ন্ত্ৰণ কৰে এই ফলবিধে।
6/ 7
শীতত প্ৰচূৰ পালেং শাক ওলায় বজাৰত। শিশুক এই শাক খুৱাবলৈ নাপাহৰিব। এই শাকৰ ফলিক এচিডে অপটিক নাৰ্ভ ভালে ৰাখে।
7/ 7
ৰঙা আলুত আছে বিটা কেৰটিন আৰু ভিটামিন এ। চকুৰ স্বাস্থ্যৰ বাবে এই দুই উপাদান খুব উপকাৰী। বিটা কেৰটিনে দৃষ্টিশক্তি উন্নত কৰে। ভিটামিন এই নিয়ন্ত্ৰণ কৰে ৰেটিনা সংক্ৰান্তীয় সমস্যা।