আপুনি যিমানেই পানী খাই শোৱক লাগে, মাজৰাতি ডিঙিটো বাৰে বাৰে শুকাই যায় নেকি?। আপুনি বাৰে বাৰে শোৱাৰ পৰা উঠি পানী খাই থাকোতে টোপনিও খতি হয় নিশ্চয়। এনে হোৱাৰ কাৰণ বিভিন্ন মাৰাত্মক ৰোগৰ প্ৰাথমিক লক্ষণ হ'ব পাৰে। যদি এনে হয়, পলম নকৰি সোনকালে চিকিৎসকৰ পৰামৰ্শ লওঁক। ই কোনবোৰ ৰোগৰ লক্ষণ হ'ব পাৰে ঠিকমতে পৰীক্ষা কৰি জানি লওক।