পোৰা তেলত ৰন্ধা খাদ্য খালে শৰীৰত ফেটি এচিডৰ পৰিমাণ বৃদ্ধি হয়। যেতিয়া শৰীৰত চৰ্বিৰ পৰিমাণ বৃদ্ধি হয়, কলেষ্টেৰল বৃদ্ধি হয়, হৃদৰোগৰ আশংকাও বৃদ্ধি হয়।
5/ 5
পোৰা তেলত ফেটি এচিড থাকে যি শৰীৰৰ বাবে অতি ক্ষতিকাৰক। পোৰা তেলত ৰন্ধা খাদ্য খালে অক্সিডেটিভ চাপ, মানসিক উদ্বেগ, বদহজম আদিৰ দৰে বিভিন্ন সমস্যা হ'ব পাৰে।