உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » health-well-being »Face Mask Wash|Omicron: সাৱধান! মাস্ক ধোৱাৰ সময়ত আপুনি কৰে নেকি এই ভুল?

    Face Mask Wash|Omicron: সাৱধান! মাস্ক ধোৱাৰ সময়ত আপুনি কৰে নেকি এই ভুল?

    Omicron Cases in India | Omicron cases around the world | Face Mask Wash | The Trick to wash mask : ছাৰ্জিকেল মাস্ক বা এন৯৬ মাস্ক বা কাপোৰৰ মাস্ক, যিয়েই ব্যৱহাৰ নকৰক, সকলো মাস্কেই পৰিষ্কাৰ কৰা উচিত। কাৰণ সমগ্ৰ দিনটো ব্যৱহাৰৰ হোৱা মাস্কৰ যোগেদি আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ভাইৰাছ আৰু বীজাণু প্ৰৱেশ কৰাৰ সম্ভাৱনা থাকে।