Home » photogallery » health-well-being »Asthma Attack at Night: ঠাণ্ডাৰ দিনত নিশা হ’লেই হাপানীত কষ্ট পায় নেকি? এই ঘৰুৱা উপায় অৱলম্বন কৰক

Asthma Attack at Night: ঠাণ্ডাৰ দিনত নিশা হ’লেই হাপানীত কষ্ট পায় নেকি? এই ঘৰুৱা উপায় অৱলম্বন কৰক

কোনো কোনোৰ মতে, নিশা তাপমাত্ৰা হ্ৰাস পোৱাৰ বাবে এনেকুৱা হয়। কিন্তু কাৰণ যিয়েই নহওক, ঘৰুৱা কিছুমান উপায় অৱলম্বন কৰি হাপানীৰ সমস্যা কমাব পাৰে।