Home » photogallery » health-well-being »Men Heart Attack: ৪৫ পৰা ৫৯ বছৰ বয়সৰ পুৰুষ সাবধান ! এই বয়সত যি কোনো সময়তে হ'ব পাৰে হাৰ্ট এটেক, সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুও এক উদাহৰণ...

Men Heart Attack: ৪৫ পৰা ৫৯ বছৰ বয়সৰ পুৰুষ সাবধান ! এই বয়সত যি কোনো সময়তে হ'ব পাৰে হাৰ্ট এটেক, সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুও এক উদাহৰণ...

সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুৱে মধ্যবয়স্ক পুৰুষসকললৈ শৰীৰ নিৰীক্ষণৰ প্ৰতি এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিলে। সমীক্ষাত কোৱা হৈছে যে, ৪০ ৰ পৰা ৫৯ বছৰ বয়স(40 to 59 years age is risky)ৰ পুৰুষৰ বাবে এই সময়ছোৱা অতিশয় ভয়ংকৰ। এই বয়সতে, অধিক সংখ্যক লোক হৃদৰোগত আক্ৰান্ত হয়।