হালধিত এণ্টিঅক্সিডেণ্ট থাকে। হালধিত থকা বিভিন্ন উপাদানে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে আৰু এই উপাদানে শীতকালত বিভিন্ন শাৰীৰিক সমস্যাৰ পৰা সকাহ দিব পাৰে। <em><strong>(Disclaimer: এই প্ৰতিবেদনটো কেৱল সাধাৰণ তথ্যৰ বাবে, সেয়েহে বিস্তাৰিতভাৱে জানিবলৈ সদায়ে বিশেষজ্ঞ এজনৰ পৰামৰ্শ লওঁক।।)</strong></em>