உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » health-well-being »China Painkiller: ঘাতক চীনা পেইনকিলাৰ! আমেৰিকাত মৃত্যু ১ লক্ষৰ, ভয়ংকৰ ভবিষ্যতৰ ইংগিত...

    China Painkiller: ঘাতক চীনা পেইনকিলাৰ! আমেৰিকাত মৃত্যু ১ লক্ষৰ, ভয়ংকৰ ভবিষ্যতৰ ইংগিত...

    Chinese painkiller in america: আমেৰিকাত পেইনকিলাৰ সেৱন এক ভয়ংকৰ আসক্তিত পৰিণত হৈ পৰিছে। যিহেতু আন দেশত তৈয়াৰ কৰা পেইনকিলাৰৰ মূল্য অধিক, গতিকে সাধাৰণ মানুহৰ চীনা পেইনকিলাৰ (Chinese Painkiller)ৰ প্ৰতি আকৰ্ষণ অধিক বৃদ্ধি পাইছে।