Home » photogallery » explained »Registration On CoWin App: আজিৰে পৰা দেশত দ্বিতীয় পৰ্যায়ৰ কৰ’ণা টীকাকৰণ, কোনে কেনেকৈ কৰিব পাৰিব চৰকাৰী এপত পঞ্জীয়ন

Registration On CoWin App: আজিৰে পৰা দেশত দ্বিতীয় পৰ্যায়ৰ কৰ’ণা টীকাকৰণ, কোনে কেনেকৈ কৰিব পাৰিব চৰকাৰী এপত পঞ্জীয়ন

১ মাৰ্চৰ পৰা সমগ্ৰ দেশতে আৰম্ভ হ’ব ক’ৰণা ভাইৰাছৰ বিৰুদ্ধে দ্বিতীয় পৰ্যায়ৰ টিকাকৰণ। এই পৰ্যায়ত ৬০ বছৰতকৈ অধিক বয়সৰ লোকৰ আৰু গুৰুতৰ ৰোগ থকা ৪৫ বছৰতকৈ ওপৰৰ লোকসকলক টিকা প্ৰদান কৰা হ’ব।