Home » photogallery » entertainment »প্ৰায় ৩০০০ কোটি টকাৰ সম্পত্তি! নাই স্ত্ৰী-সন্তান, জানেনে কোন হ'ব ছলমান খানৰ এই বিশাল সম্পত্তিৰ উত্তৰাধিকাৰী!

প্ৰায় ৩০০০ কোটি টকাৰ সম্পত্তি! নাই স্ত্ৰী-সন্তান, জানেনে কোন হ'ব ছলমান খানৰ এই বিশাল সম্পত্তিৰ উত্তৰাধিকাৰী!

কেৱল দেশতে নহয় বিদেশতো তেওঁৰ ঘৰ আছে। খান পৰিয়ালৰ মুম্বাইৰ গেলাক্সি এপাৰ্টমেণ্টৰ মূল্য কেইবা কোটি টকা। তাৰোপৰি চিনেমা, ৰিয়েলিটি শ্ব’, বিজ্ঞাপন আদিৰ পৰাও তেওঁ বিপুল পৰিমাণৰ উপাৰ্জন কৰে।

শেহতীয়া বাতৰি