உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » entertainment »Social Mediaত ভাইৰেল হৈ পৰিছে মোহময়ী অভিনেত্ৰী চাৰা আলী খানৰ নতুন ফটোশ্বুট ! চাৰাৰ লুকে জয় কৰিছে অসংখ্য অনুৰাগীৰ হৃদয়...

    Social Mediaত ভাইৰেল হৈ পৰিছে মোহময়ী অভিনেত্ৰী চাৰা আলী খানৰ নতুন ফটোশ্বুট ! চাৰাৰ লুকে জয় কৰিছে অসংখ্য অনুৰাগীৰ হৃদয়...

    চাৰা আলী খানৰ (Sara Ali khan) ফটো ছচিয়েল মিডিয়াত দিনে দিনে ভাইৰেল হৈ আছে। চাৰাই সদায়ে তেওঁৰ শেহতীয়া ফটোবোৰ তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰি থাকে, যি লগে লগে ইণ্টাৰনেটক আৱৰি ধৰে।