உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » entertainment »Vidya Balan Looks: প্লাচ চাইজেৰে ফেশ্বনিস্তা বিদ্যা বালান, চাওক অভিনেত্ৰীগৰাকীৰ আকৰ্ষণীয় লুক

    Vidya Balan Looks: প্লাচ চাইজেৰে ফেশ্বনিস্তা বিদ্যা বালান, চাওক অভিনেত্ৰীগৰাকীৰ আকৰ্ষণীয় লুক

    বিদ্যা বালানৰ অভিনয়ৰ দক্ষতাৰ সন্দৰ্ভত নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। প্ৰদীপ সৰকাৰৰ পৰিণীতিৰ জৰিয়তে বলীউদত খোজ পেলোৱা বিদ্যাই আৰু পিছলৈ উভতি চাবলগীয়া হোৱা নাই।