உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » entertainment »Vicky Kaushal-Katrina Kaif wedding: উখল–মাখল বিকি–কেটৰিনাৰ বিয়া! উপস্থিত বন্ধু–বান্ধৱ, সমগ্ৰ পৰিয়াল, চিনি লওক বিকি–কেটৰিনাৰ পৰিয়ালৰ সদস্যসকলক

    Vicky Kaushal-Katrina Kaif wedding: উখল–মাখল বিকি–কেটৰিনাৰ বিয়া! উপস্থিত বন্ধু–বান্ধৱ, সমগ্ৰ পৰিয়াল, চিনি লওক বিকি–কেটৰিনাৰ পৰিয়ালৰ সদস্যসকলক

    আজি বিবাহপাশত আবদ্ধ হ’ব বলীউদৰ চৰ্চিত যুটী বিকি কৌশল আৰু কেটৰিনা কাইফ। ৰাজস্থানত বিবাহস্থলীত উপস্থিত বিকি–কেটৰিনাৰ বন্ধু–বান্ধৱ, পৰিয়ালৰ সদস্যসকল।