Home » photogallery » entertainment »প্ৰিয়ংকা–ছোনমৰ পথেৰে কেটৰিনা–বিকি, নিজৰ বিয়াত উপাৰ্জন কৰিব কোটি কোটি টকা!

প্ৰিয়ংকা–ছোনমৰ পথেৰে কেটৰিনা–বিকি, নিজৰ বিয়াত উপাৰ্জন কৰিব কোটি কোটি টকা!

বিকি–কেটৰিনাৰ বিয়াক লৈ আন এটা কথাই এতিয়া অধিক চৰ্চা লাভ কৰিছে। কাৰণ এইখন বিয়াতো নিষিদ্ধ হ’ব ম’বাইল ফোন।