Home » photogallery » entertainment »উৰ্ফি জাভেদে নিজৰ এই ৭খন ছবিৰে ফেশ্বনক দিছে নতুন মাত্ৰা, প্ৰতিখন PHOTOৱে পাইছে চৰ্চা

উৰ্ফি জাভেদে নিজৰ এই ৭খন ছবিৰে ফেশ্বনক দিছে নতুন মাত্ৰা, প্ৰতিখন PHOTOৱে পাইছে চৰ্চা

বিগ বছ অ'টিটি (Big Boss OTT)ৰ পিছৰে পৰা উৰ্ফি জাভেদে (Urfi Javed) তেওঁৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি কৰিছে। দৰাচলতে উৰ্ফিয়ে জানে কেনেকৈ নিজকে লাইমলাইটত ৰাখিব লাগে।