Kanishka Soni Married Herself: টিভি ধাৰাবাহিক ‘দিয়া ঔৰ বাতি হুম’ৰ খ্যাতিসম্পন্ন অভিনেত্ৰী কনিষ্কা ছোনী আজিকালি বেচ চৰ্চাত আছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তেওঁৰ কিছু ছবি, য’ত তেওঁৰ কপালত সেন্দূৰ আৰু ডিঙিত মংগলসূত্ৰ পিন্ধি থকা দেখা গৈছে। আচলতে কনিষ্কাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্টৰ জৰিয়তে কৈছে যে তেওঁ নিজে নিজকে বিয়া কৰাইছে। (ফটো : Instagram @itskanishkasoni)