TMCৰ সাংসদ হোৱাৰ পিছত চৰ্চালৈ অহা বাংলা অভিনেত্ৰী নুছৰত জাহানে যোৱানিশা আয়োজন কৰে বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানৰ। এই অনুষ্ঠানত ৰাজনীতি আৰু ছবি জগতৰ বহু ৰথী–মহাৰথী উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত থাকে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ লগতে নুছৰতৰ ঘনিষ্ঠ বান্ধবী মিমি চক্ৰৱৰ্তীও।